Content Team

পাঠ ৩: অৰূপৰ আৱেদন, Class 5, Chapter 3,

  পাঠ ৩: অৰূপৰ আৱেদন, Class 5, Chapter 3, SEBA New Book, Assamese Medium Next Chapter  (পৃষ্ঠা ২১) ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া) উত্তৰ দিয়া (ক) অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? * উত্তৰ: অৰূপৰ পেট-চলা ৰোগ হৈছিল, যাৰ বাবে তাক চেলাইন দিবলগীয়া হৈছিল আৰু দুৰ্বল হৈ থকা বাবে সি কেইবাদিনো স্কুলত অনুপস্থিত আছিল। […]

পাঠ ৩: অৰূপৰ আৱেদন, Class 5, Chapter 3, Read More »

পাঠ ৪: পিঠাৰ মেল, Class 5, Chapter 4,

  পাঠ ৪: পিঠাৰ মেল, Class 5, Chapter 4, SEBA New Book, Assamese Medium Next Chapter    (পৃষ্ঠা ৩৩) ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া) কোনে, কাক, কি প্রসংগত কৈছে? (ক) “এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত।” * উত্তৰ: এই কথাষাৰ চুঙা পিঠাই খোলাচাপৰীয়া পিঠাক কৈছিল। বিহু উৰুকাৰ ৰাতি পিঠাবোৰে মেল পাতি থাকোঁতে চুঙা

পাঠ ৪: পিঠাৰ মেল, Class 5, Chapter 4, Read More »

পাঠ ৫: ডক্টৰ বাণীকান্ত কাকতি, Class 5,

  পাঠ ৫: ডক্টৰ বাণীকান্ত কাকতি, Class 5, Chapter 5, SEBA New Book, Assamese Medium Next Chapter    (পৃষ্ঠা ৪১) ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া) উত্তৰ দিয়া (ক) নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে? উত্তৰ: নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে। (খ) বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত

পাঠ ৫: ডক্টৰ বাণীকান্ত কাকতি, Class 5, Read More »

পাঠ ৬: জোনাকৰ জেউতি, Class 5, Chapter 6,

  পাঠ ৬: জোনাকৰ জেউতি, Class 5, Chapter 6, SEBA New Book, Assamese Medium Next Chapter    (পৃষ্ঠা ৪৯) ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া) উত্তৰ দিয়া (ক) ‘জোনাকৰ জেউতি’ পাঠটোত কোনে কালৈ চিঠি লিখিছিল? উত্তৰ: ‘জোনাকৰ জেউতি’ পাঠটোত মুকুটে তাৰ বন্ধু নিয়ৰলৈ চিঠি লিখিছিল। (খ) চিঠিখনত লিখা ভাল খবৰটো কি? * উত্তৰ: চিঠিখনত লিখা ভাল

পাঠ ৬: জোনাকৰ জেউতি, Class 5, Chapter 6, Read More »

পাঠ ৭: ফুলকোঁৱৰৰ গীত, Class 5, Chapter 7

  পাঠ ৭: ফুলকোঁৱৰৰ গীত, Class 5, Chapter 7, SEBA New Book, Assamese Medium Next Chapter      (পৃষ্ঠা ৫৯) ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া) তলৰ শব্দবোৰৰ অৰ্থ… মিলাই লিখা। * টিপা – আঙুলি বা হাতেৰে মৰা চেপা * শাল – এমূৰ-জোঙা চুটি খুঁটি * চলি – চাঁচি এৰুওৱা পাতল কাঠ * শূল – জোঙা

পাঠ ৭: ফুলকোঁৱৰৰ গীত, Class 5, Chapter 7 Read More »

পাঠ ৮: ৰঙৰ ৰহস্য, Class 5, Chapter 8

পাঠ ৮: ৰঙৰ ৰহস্য, Class 5, Chapter 8, SEBA New Book, Assamese Medium Next Chapter  (পৃষ্ঠা ৬৭) ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া) উত্তৰ দিয়া (ক) আদিম মানুহে ক’ত বাস কৰিছিল? তেওঁলোকে ৰঙীন ছবি ক’ত আঁকিছিল? * উত্তৰ: আদিম মানুহে গুহাত বাস কৰিছিল। তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল। (খ) সূৰ্যৰ পোহৰত কেইটা ৰং থাকে? সেই

পাঠ ৮: ৰঙৰ ৰহস্য, Class 5, Chapter 8 Read More »

পাঠ ৯: ভতুৱা আৰু খকুৱাৰ খৰিয়াল, Class 5,

  পাঠ ৯: ভতুৱা আৰু খকুৱাৰ খৰিয়াল, Class 5, Chapter 9,  SEBA New Book, Assamese Medium Next Chapter   (পৃষ্ঠা ৭৮) ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া) উত্তৰ দিয়া (ক) ভতুৱা আৰু খকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল?  * উত্তৰ: ভতুৱা (কুকুৰ) আহি দেখিলে যে খকুৱা (মেকুৰী) গাঁওবুঢ়া বহা চকীখনত শুই আছে।  সেইখন চকীত খকুৱা বহাৰ বাবে

পাঠ ৯: ভতুৱা আৰু খকুৱাৰ খৰিয়াল, Class 5, Read More »

পাঠ ১০: তিনিটা মাছৰ কাহিনী, Class 5, Chapter 10

  পাঠ ১০: তিনিটা মাছৰ কাহিনী, Class 5, Chapter 10, SEBA New Book, Assamese Medium Next Chapter   (পৃষ্ঠা ৮৮) ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া) উত্তৰ দিয়া (ক) “তিনিটা মাছৰ কাহিনী”ত থকা মাছকেইটাৰ নাম কি কি?  * উত্তৰ: “তিনিটা মাছৰ কাহিনী”ত থকা মাছকেইটাৰ নাম হ’ল- অনাগতবিধাতা, প্ৰত্যুৎপন্নমতি আৰু যদ্ভৱিষ্য। (খ) অনাগতবিধাতা কিয় শংকিত হৈছিল?  *

পাঠ ১০: তিনিটা মাছৰ কাহিনী, Class 5, Chapter 10 Read More »

পাঠ ১১: অমলপ্ৰভা দাস, Class 5, Chapter 11, SEBA

  পাঠ ১১: অমলপ্ৰভা দাস, Class 5, Chapter 11, SEBA New Book, Assamese Medium Next Chapter (পৃষ্ঠা ৯৮) ক্ৰিয়া-কলাপ (ক – পাঠভিত্তিক ক্রিয়া) উত্তৰ দিয়া (ক) অমলপ্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল?  * উত্তৰ: অমলপ্ৰভা দাসৰ পিতৃ ডা° হৰিকৃষ্ণ দাস আৰু মাতৃ হেমপ্ৰভা দাস আছিল। (খ) অমলপ্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল?

পাঠ ১১: অমলপ্ৰভা দাস, Class 5, Chapter 11, SEBA Read More »

পাঠ ১২: আগতে নিজে নিকা হ’, Class 5, Chapter 12, 

  পাঠ ১২: আগতে নিজে নিকা হ’, Class 5, Chapter 12,  SEBA New Book, Assamese Medium Next Chapter   পৃষ্ঠা ১০৫ (ক) পদ্যটিৰ ৰচক কোন? উত্তৰ: পদ্যটিৰ ৰচক হ’ল কবি অম্বিকাগিৰী ৰায়চৌধুৰী। (খ) কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ’বলৈ কৈছে? উত্তৰ: কবিয়ে আনক ধোৱাৰ আগতে নিজকে ‘নিকা’ (পৰিষ্কাৰ) হ’বলৈ কৈছে। (গ) কবিৰ মতে নিজক

পাঠ ১২: আগতে নিজে নিকা হ’, Class 5, Chapter 12,  Read More »