Class 3, EVS Chapter 13,আমাৰ ঘৰুৱা উৎপাদন
Class 3, Environment Chapter 13,আমাৰ ঘৰুৱা উৎপাদন, SEBA New Book Ni Next Chapter পৃষ্ঠা ৮৮: ক্ৰিয়া-কলাপ ১ * প্ৰশ্ন: বাঁহ-বেতেৰে সজা সামগ্ৰীবোৰৰ নাম তলত দিয়া খালী বাকচত লিখা- * উত্তৰ: (ছবিবোৰ চাই) চালনী, পাচি, খৰাহী, ডলা, কুলা, বিচনী, মুঢ়া, ঢাৰি। * প্ৰশ্ন: বাঁহ-বেতেৰে আৰু কি কি সাজিব পাৰি? * উত্তৰ: বাঁহ-বেতেৰে ঘৰত সজোৱা কিছুমান সামগ্রী,
Class 3, EVS Chapter 13,আমাৰ ঘৰুৱা উৎপাদন Read More »
