Class 3, EVS Chapter 3,আমাৰ গাঁও
Class 3, Environment Chapter 3,আমাৰ গাঁও , SEBA New Book Next Chapter পৃষ্ঠা ১৬: কওঁ আহা- * প্ৰশ্ন: তোমালোকৰ বিদ্যালয় আৰু পদুমনি গাঁৱৰ বিদ্যালয়খনৰ মাজত কি কি পার্থক্য দেখিছা? * উত্তৰ: পদুমনি গাঁৱৰ বিদ্যালয়খন এখন আদর্শ বিদ্যালয়, য’ত পঢ়া-শুনা আৰু খেলা-ধূলা কৰিবলৈ যথেষ্ট সা-সুবিধা আছে। তাৰ ছাত্ৰ-ছাত্ৰীসকল পঢ়া-শুনা, ছবি আঁকা, নৃত্য-গীত পৰিৱেশন কৰা আৰু খেলা-ধূলাত
Class 3, EVS Chapter 3,আমাৰ গাঁও Read More »
