ভক্ত প্ৰহ্লাদ, Chapter -5, Class-8
Next chapter পাঠ ৫: ভক্ত প্ৰহ্লাদ (পৃষ্ঠা ৩৯-৫১) ক্ৰিয়া-কলাপ (পৃষ্ঠা ৪৬) ১। উত্তৰ দিয়া। (ক) ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। উত্তৰ: ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটা হ’ল হৰি (ত্ৰিজগতৰ ত্ৰাণকৰ্তা), হিৰণ্যকশিপু (দৈত্যৰাজ) আৰু প্ৰহ্লাদ (হিৰণ্যকশিপুৰ পুত্ৰ)। (খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত? উত্তৰ: নাটিকাখনি পাঁচোটা দৃশ্যত বিভক্ত। (গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি? উত্তৰ: প্ৰহ্লাদৰ
ভক্ত প্ৰহ্লাদ, Chapter -5, Class-8 Read More »
