উত্তৰ-পূব ভাৰত, Ch-8, Class-7
Next chapter পাঠঃ ৮ – উত্তৰ-পূব ভাৰত ক্ৰিয়াকলাপ আৰু অনুশীলনীৰ সকলো প্ৰশ্ন-উত্তৰ — ক্ৰিয়াকলাপ (পৃষ্ঠা ৭৫) প্ৰশ্ন: উত্তৰ-পূব ভাৰতৰ ৰাজ্য আৰু ৰাজধানীসমূহৰ নাম লিখা। উত্তৰ: উত্তৰ-পূব ভাৰতৰ ৰাজ্য আৰু ৰাজধানীসমূহ হ’ল:অসম – দিছপুৰঅৰুণাচল – ইটানগৰমণিপুৰ – ইম্ফলমিজোৰাম – আইজলমেঘালয় – ছিলংনাগালেণ্ড – কহিমাত্ৰিপুৰা – আগৰতলা — প্ৰশ্ন: এই অঞ্চলৰ আটাইতকৈ সৰু আৰু ডাঙৰ ৰাজ্য দুখনৰ
উত্তৰ-পূব ভাৰত, Ch-8, Class-7 Read More »
