চোৰধৰা, Chapter -15, Class -9
Next chapter চোৰধৰা(শ্রীশ্রীমাধৱদেৱৰ ‘চোৰধৰা’ ঝুমুৰাৰ নিৰ্বাচিত একাংশ)প্ৰশ্নাৱলীৰ উত্তৰ ১। অতি চমুকৈ উত্তৰ লিখা:(ক) কানাই বুলি কাৰ কথা কোৱা হৈছে?Ans.কানাই বুলি শ্রীকৃষ্ণৰ কথা কোৱা হৈছে। (খ) লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?Ans.লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত আপোন হাতৰ লৱণু (মাখন) সানি দিছিল। (গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?Ans.মাধৱদেৱৰ ৰচিত নামঘোষা, ভক্তি ৰত্নাৱলী, বৰগীত আৰু নাট-ঝুমুৰাসমূহ
চোৰধৰা, Chapter -15, Class -9 Read More »
