ভাৰতীয় সংস্কৃতি, Chapter-7, Class-10
Next Chapter ভাৰতীয় সংস্কৃতি পাঠৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? Ans. ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ’ল ক্ৰমবৰ্দ্ধমান শক্তি । এই ক্ৰমবৰ্দ্ধমান শক্তিয়ে ভাৰতীয় সংস্কৃতিৰ জীৱন্ত শক্তি ৰক্ষা কৰিছে । ২। ‘ফ্রম ভল্গা টু গংগা‘ কাৰ ৰচনা? Ans. ‘ফ্রম ভল্গা টু গংগা’ গ্ৰন্থখন পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ৰচনা । ৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন‘ৰ কি আখ্যা দিছে? Ans. সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন‘ ক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ
ভাৰতীয় সংস্কৃতি, Chapter-7, Class-10 Read More »
