Date:19/03/2026 Daily GK for ADRE 3.0,Assam police,Grade 3 & 4 and other Exam



🟢 অসম আৰু উত্তৰ-পূৰ্বাঞ্চল

অসম বিধানসভা নিৰ্বাচন ২০২৬: ৯ এপ্ৰিলত এক পৰ্যায়ত ভোটগ্ৰহণ; ফলাফল ৪ মে’।

ময়াঙ্ক চক্ৰৱৰ্তী: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গ্ৰ্যান্ডমাষ্টাৰ আৰু ভাৰতৰ ৯৪তম GM।

জোহা চাউল ৰপ্তানি: GI-Tagged জোহা চাউলৰ ২৫ মেট্ৰিক টন UK আৰু ইটালীলৈ প্ৰথম ৰপ্তানি।

Osbeckia zubeengargiana: মানস ৰাষ্ট্ৰীয় উদ্যানত নতুন উদ্ভিদ প্ৰজাতি আৱিষ্কাৰ।

অসম বাজেট ২০২৬-২৭: ₹৬২,২৯৪.৭৮ কোটি; ২০২৮ৰ ভিতৰত ₹১০ লাখ কোটি অৰ্থনীতি লক্ষ্য।


🟢 প্ৰশাসন আৰু আন্তঃগাঁথনি

শিলং-শিলচৰ কৰিডৰ: ১৬৬ কিমি হাই-স্পীড কৰিডৰে যাত্ৰা সময় ৫ ঘণ্টালৈ হ্ৰাস কৰিব।

প্ৰটন থেৰাপী: ₹৪০০ কোটিত অসমত উন্নত কেন্সাৰ চিকিৎসা আৰম্ভ হ’ব।

চাহ শ্ৰমিক ভূমি পট্টা: চাহ জনজাতিসকলক স্থায়ী ভূমি অধিকাৰ প্ৰদান আৰম্ভ।


🟢 অৰ্থনীতি আৰু কৃষি

MSP সৰিয়হ ক্ৰয়: ৬০,৫০০ মেট্ৰিক টন সৰিয়হ MSP-ত ক্ৰয়ৰ অনুমোদন।

অসম মালা ৩.০: ₹৩,২০০ কোটিত ৯০০ কিমি পথ নিৰ্মাণ; ৪.০ পৰিকল্পনা উল্লেখ।

Leave a Comment

Your email address will not be published. Required fields are marked *