অধ্যায় ৪: চুম্বকৰ সৈতে ধেমালি, Class 6, Science Chapter 4, SEBA New Book, Assamese Medium
অনুশীলনী
১. খালী ঠাই পূৰণ কৰা।
প্রশ্ন (a): চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক–––––– পদাৰ্থ বোলে।
উত্তৰ: চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক চুম্বকীয় পদাৰ্থ বোলে।
প্রশ্ন (b): বিভিন্ন কামৰ বাবে কৃতিম ভাৱে তৈয়াৰ কৰা চুম্বকক–––––– চুম্বক বুলি কোৱা হয়।
উত্তৰ: বিভিন্ন কামৰ বাবে কৃতিম ভাৱে তৈয়াৰ কৰা চুম্বকক কৃত্রিম চুম্বক বুলি কোৱা হয়।
প্রশ্ন (c): ৰবৰ–––––– পদাৰ্থ নহয়।
উত্তৰ: ৰবৰ চুম্বকীয় পদাৰ্থ নহয়।
প্রশ্ন (d): এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ–––– দণ্ড চুম্বক পাম।
উত্তৰ: এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ দুডাল দণ্ড চুম্বক পাম।
প্রশ্ন (e): দুডাল চুম্বকৰ একে মেৰুৱে–––––– কৰে।
উত্তৰ: দুডাল চুম্বকৰ একে মেৰুৱে বিকৰ্ষণ কৰে।
প্রশ্ন (f): চুম্বকৰ সদায় –––––– টা মেৰু থাকে।
উত্তৰ: চুম্বকৰ সদায় দুটা মেৰু থাকে।
২. সত্য উক্তিবোৰত [✓] চিন দিয়া। (শুদ্ধ/অশুদ্ধ হিচাপে লিখা হৈছে)
প্রশ্ন (a): চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে।
উত্তৰ: অশুদ্ধ।
প্রশ্ন (b): চুম্বকৰ বিপৰীত মুৰ দুটাৰ মাজত আকৰ্ষণ হয়।
উত্তৰ: শুদ্ধ।
প্রশ্ন (c): ক’বাল্ট এবিধ চুম্বকীয় পদাৰ্থ।
উত্তৰ: শুদ্ধ।
প্রশ্ন (d): দণ্ড চুম্বকে সদায় উত্তৰ-দক্ষিণ দিশত মুখ কৰি থাকে।
উত্তৰ: শুদ্ধ।
প্রশ্ন (e): গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়।
উত্তৰ: শুদ্ধ।
৩. ‘ক’ শিতানৰ লগত ‘খ’ শিতান মিলাোৱা
‘ক’ শিতান
* ১. কম্পাছ যন্ত্ৰৰ শলা
* ২. লোৰ গজাল
* ৩. মেগনেটাইট
* ৪. স্থায়ী চুম্বক
‘খ’ শিতান
* (a) প্রথমে আৱিষ্কাৰ হোৱা চুম্বক
* (b) চুম্বকত্ব গুণ দীৰ্ঘসময়ৰ বাবে থাকে
* (c) চুম্বকৰ দ্বাৰা আকৰ্ষিত হয়
* (d) স্থিৰ অৱস্থাত উত্তৰ-দক্ষিণ দিশত অৱস্থান কৰে।
উত্তৰ (মিলনোৱা):
* ১. কম্পাছ যন্ত্ৰৰ শলা – (d) স্থিৰ অৱস্থাত উত্তৰ-দক্ষিণ দিশত অৱস্থান কৰে।
* ২. লোৰ গজাল – (c) চুম্বকৰ দ্বাৰা আকৰ্ষিত হয়
* ৩. মেগনেটাইট – (a) প্রথমে আৱিষ্কাৰ হোৱা চুম্বক
* ৪. স্থায়ী চুম্বক – (b) চুম্বকত্ব গুণ দীৰ্ঘসময়ৰ বাবে থাকে
৪. [PDF ৰ প্রশ্ন নং ৫] শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
প্রশ্ন (i): তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ?
* (a) আলপিন
* (b) ৰবৰ
* (c) প্লাষ্টিকৰ খাৰু
* (d) কাঠৰ স্কেল
উত্তৰ: (a) আলপিন
প্রশ্ন (ii): তলৰ কোনবিধ অচুম্বকীয় পদাৰ্থ?
* (a) লোৰ গজাল
* (b) ৰাবাৰ বেণ্ড
* (c) ছেফটিপিন
* (d) আলপিন
উত্তৰ: (b) ৰাবাৰ বেণ্ড
প্রশ্ন (iii): চুম্বকৰ কেইটা মেৰু থাকে?
* (a) দুটা
* (b) এটা
* (c) তিনিটা
* (d) চাৰিটা
উত্তৰ: (a) দুটা
৫. দণ্ড চুম্বক এডাল লোৰ গুড়িৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লোৰগুড়ি আটাইতকৈ কমকৈ লাগি ধৰিব?
উত্তৰ: দণ্ড চুম্বক এডাল লোৰ গুড়িৰ ওচৰলৈ নিলে চুম্বকডালৰ মাজ অংশত লোৰগুড়ি আটাইতকৈ কমকৈ লাগি ধৰিব।
৬. এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিনহিত কৰা হোৱা নাই। ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা?
উত্তৰ: দণ্ড চুম্বকডালৰ সোঁমাজত সূতাৰে বান্ধি মুক্তভাৱে ওলোমাই দিম। চুম্বকডাল স্থিৰ হোৱাৰ পিছত যিটো মুৰে উত্তৰ দিশলৈ মুখ কৰি থাকিব, সেইটোৱেই হ’ল চুম্বকডালৰ উত্তৰ মেৰু।
৭. একক মেৰুযুক্ত চুম্বক পাব পাৰোঁনে?
উত্তৰ: একক মেৰুযুক্ত চুম্বক পাব নোৱাৰি। চুম্বক এডাল যিমানেই টুকুৰা কৰা নহওক কিয়, প্ৰতিটো টুকুৰাতে সদায় উত্তৰ আৰু দক্ষিণ মেৰু থাকিব।
৮. চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা।
উত্তৰ: চুম্বকৰ দুটা ধৰ্ম হ’ল:
১. চুম্বকে লো-জাতীয় পদাৰ্থক (চুম্বকীয় পদাৰ্থক) আকৰ্ষণ কৰে।
২. এডাল চুম্বক মুক্তভাৱে ওলোমাই ৰাখিলে ই সদায় উত্তৰ-দক্ষিণ দিশত অৱস্থান কৰে।
৯. লোৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা?
উত্তৰ: এডাল দণ্ড চুম্বকৰ এটা মেৰু লোৰ গজাল (বা বেজী) এটাৰ এটা মুৰৰ পৰা আনটো মুৰলৈ একে দিশতে ৩০-৪০ বাৰমান ঘঁহিব লাগে। এনে কৰিলে গজালটো চুম্বকলৈ পৰিণত হ’ব।
১০. শিতান- ১ ত চুম্বকৰ এটা মুৰৰ অৱস্থিতি দেখুওৱা হৈছে। শিতান- ২ ত প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে। এতিয়া খালী ঠাইবোৰ পূৰণ কৰা।
* শিতান- ১ – উত্তৰ-উত্তৰ
* শিতান- ২ – বিকৰ্ষণ
* শিতান- ১ – উত্তৰ–দক্ষিণ
* শিতান- ২ – আকৰ্ষণ
* শিতান- ১ – দক্ষিণ-উত্তৰ
* শিতান- ২ – আকৰ্ষণ
* শিতান- ১ – দক্ষিণ–দক্ষিণ
* শিতান- ২ – বিকৰ্ষণ
১১. মুক্তভাৱে ওলোমাই থলে দণ্ড চুম্বক এডালে কিয় উত্তৰ-দক্ষিণাকৈ থাকে?
উত্তৰ: আমাৰ পৃথিৱীখন নিজেই এডাল প্ৰকাণ্ড চুম্বকৰ (ভূ-চুম্বক) দৰে। সেয়েহে মুক্তভাৱে ওলোমাই থোৱা দণ্ড চুম্বক এডাল পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ প্ৰভাৱত সদায় উত্তৰ-দক্ষিণাকৈ থাকে।
১২. কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয়?
উত্তৰ: কম্পাছ যন্ত্ৰত থকা চুম্বক শলাডাল স্থিৰ অৱস্থাত সদায় উত্তৰ-দক্ষিণ দিশত থাকে। ইয়াৰ উত্তৰ মেৰুটো সাধাৰণতে ৰঙা ৰঙেৰে চিনহিত কৰা থাকে। এই উত্তৰ মেৰুৱে উত্তৰ দিশ দেখুৱাই, যাৰ সহায়ত বাকী দিশবোৰ (দক্ষিণ, পূব, পশ্চিম) সহজে নিৰ্ণয় কৰিব পাৰি।
১৩. অশ্বখুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা?
উত্তৰ: অশ্বখুৰাকৃতিৰ চুম্বকডালৰ সোঁমাজত সূতাৰে বান্ধি মুক্তভাৱে ওলোমাই দিলে ই স্থিৰ অৱস্থাত উত্তৰ-দক্ষিণ দিশত অৱস্থান ল’ব। উত্তৰ দিশলৈ মুখ কৰি থকা অংশটো উত্তৰ মেৰু আৰু দক্ষিণ দিশলৈ মুখ কৰি থকা অংশটো দক্ষিণ মেৰু হ’ব।
১৪. তোমাক এডাল দণ্ড চুম্বক, সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল, এটুকুৰা কাঠৰ টুকুৰা আৰু লোৰ গজাল এটা দিয়া হ’ল। ইয়াৰে কোনবিধক তুমি চুম্বকলৈ পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ? চুম্বকলৈ পৰিণত হোৱাটো কেনেদৰে গম পাবা?
উত্তৰ:
* কোনবিধক: লোৰ গজালটোক চুম্বকলৈ পৰিণত কৰিব পাৰিম।
* কেনেকৈ: দণ্ড চুম্বকডালেৰে লোৰ গজালটোৰ এটা মুৰৰ পৰা আনটো মুৰলৈ একে দিশতে ৩০-৪০ বাৰ ঘঁহি থাকিলে গজালটো চুম্বকলৈ পৰিণত হ’ব।
* কেনেকৈ গম পাম: চুম্বকলৈ পৰিণত হোৱাৰ পিছত গজালটোৱে আলপিন বা লোৰ গুড়িৰ দৰে চুম্বকীয় বস্তুক আকৰ্ষণ কৰিব।
১৫. তোমাক এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হ’ল। দণ্ড চুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা?
উত্তৰ: দণ্ড চুম্বকডাল আলপিন কিছুমানৰ ওচৰলৈ নিলে দেখা যাব যে চুম্বকডালৰ দুয়োটা মুৰত বেছিকৈ আলপিন লাগি ধৰিছে আৰু মাজ অংশত কমকৈ লাগিছে। যি দুটা অংশত আলপিন আটাইতকৈ বেছিকৈ লাগি ধৰিছে, সেই দুটাই হ’ল চুম্বকডালৰ মেৰু।
১৬. তোমাক এডাল দণ্ড চুম্বক আৰু এটা কম্পাছ যন্ত্ৰ দিয়া হ’ল। চুম্বকডালত মেৰু চিনহিত কৰা হোৱা নাই। কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিনহিত কৰিবা?
উত্তৰ: প্ৰথমে কম্পাছটো স্থিৰকৈ ৰাখিম। ইয়াৰ ৰঙা কাঁইটাডালে (উত্তৰ মেৰু) উত্তৰ দিশ দেখুৱাব। এতিয়া চিনহিত নকৰা দণ্ড চুম্বকডালৰ এটা মুৰ কম্পাছৰ ওচৰলৈ আনিম। যদি চুম্বকৰ মুৰটোৱে কম্পাছৰ উত্তৰ মেৰুক (ৰঙা কাঁইটা) বিকৰ্ষণ কৰে, তেন্তে সেই মুৰটো চুম্বকডালৰ উত্তৰ মেৰু। যদি ই আকৰ্ষণ কৰে, তেন্তে সেই মুৰটো চুম্বকডালৰ দক্ষিণ মেৰু।
১৭. ষ্টীলৰ বেজী এটা মজিয়াত পৰি গ’ল, তুমি হাতেৰে উঠাব পৰা নাই। বেজীটো কি উপায়েৰে উঠাব পাৰিবা?
উত্তৰ: এডাল চুম্বকৰ সহায়ত বেজীটো উঠাব পাৰিম। যিহেতু বেজীটো ষ্টীলৰ (চুম্বকীয় পদাৰ্থ), ই চুম্বকডালত আকৰ্ষিত হৈ লাগি ধৰিব।
১৮. ধৰা হ’ল, তুমি এখন নতুন ঠাইলৈ ফুৰিব গ’লা। তোমাৰ লগত এটা কম্পাছযন্ত্ৰ আছে। তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা?
উত্তৰ: কম্পাছ যন্ত্ৰটো সমান ঠাইত স্থিৰকৈ ৰাখিম। ইয়াৰ চুম্বক শলাডালৰ উত্তৰ মেৰুৱে (ৰঙা চিন থকা) যি দিশ দেখুৱাব সেয়াই উত্তৰ দিশ। সেই দিশটো ঠাৱৰ কৰাৰ পিছত, তাৰ বিপৰীত দিশটো দক্ষিণ, সোঁফালৰটো পূব আৰু বাওঁফালৰটো পশ্চিম দিশ বুলি নিৰ্ণয় কৰিব পাৰিম।