প্ৰগতিৰ সোণালী বাট, Ch-6, Class-8

Next chapter পাঠ ৬: প্ৰগতিৰ সোণালী বাট (পৃষ্ঠা ৫২-৬১) ক্ৰিয়া-কলাপ (পৃষ্ঠা ৫৫) ২। উত্তৰ দিয়া। (ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ কি? উত্তৰ: হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ হ’ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। (খ) প্ৰদৰ্শনীখন কোনে পাতিছিল? উত্তৰ: প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। (গ) মানুহে ভিৰ কৰা বিপণিখনত কি প্ৰদৰ্শন কৰা […]

প্ৰগতিৰ সোণালী বাট, Ch-6, Class-8 Read More »