Social Science assamese 7

মৌর্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ, Ch-10, Class-7

Next chapter 📘 পাঠঃ ১০ – মৌর্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ সপ্তম শ্ৰেণী সমাজ বিজ্ঞান — ⭐ ক্ৰিয়াকলাপ (পৃষ্ঠা ৯৭) প্ৰশ্ন: মৌৰ্য সকলৰ পাছত মগধত ৰাজত্ব কৰা ৰাজবংশ কেইটাৰ নাম ক্রমানুসাৰে লিখা। উত্তৰ: মৌৰ্য সকলৰ পাছত মগধত ৰাজত্ব কৰা ৰাজবংশ কেইটা হ’ল ক্ৰমে শুঙ্গবংশ আৰু কাণ্ববংশ। প্ৰশ্ন: সাতবাহনসকলে ক’ত ৰাজ্য স্থাপন কৰিছিল? উত্তৰ: সাতবাহনসকলে দক্ষিণ ভাৰতত […]

মৌর্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ, Ch-10, Class-7 Read More »

গুপ্ত সাম্ৰাজ্যৰ উত্থান, Chapter -11, Class-7

Next chapter পাঠঃ ১১ – গুপ্ত সাম্ৰাজ্যৰ উত্থানপাঠৰ মাজত থকা প্ৰশ্ন (ক্ৰিয়াকলাপ) ক্ৰিয়াকলাপ (পৃষ্ঠা ১০৬)প্ৰশ্ন: মানচিত্র ১১.১ খন পর্যবেক্ষণ কৰি প্রথম চন্দ্রগুপ্ত, সমুদ্রগুপ্ত আৰু দ্বিতীয় চন্দ্রগুপ্তই জয় কৰা ৰাজ্যসমূহ বাছি উলিয়াই এখন তালিকা প্রস্তুত কৰা।উত্তৰ:প্ৰথম চন্দ্ৰগুপ্তই বৈশালী (উত্তৰ বিহাৰ), পাটলিপুত্ৰ (পাটনা), শাকেত (অযোধ্যা), প্ৰয়াগ (এলাহাবাদ), দক্ষিণ বিহাৰৰ কিছু অংশ আৰু বংগৰ এটা অংশ জয় কৰিছিল। 

গুপ্ত সাম্ৰাজ্যৰ উত্থান, Chapter -11, Class-7 Read More »

গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ, Ch-12, Class-7

Next chapter পাঠঃ ১২ – গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষপাঠৰ মাজত থকা প্ৰশ্ন (ক্ৰিয়াকলাপ) ক্ৰিয়াকলাপ (পৃষ্ঠা ১১৩)প্ৰশ্ন: …মানচিত্ৰৰ পৰা উত্তৰ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যসমূহ চিনাক্ত কৰা। কি কি ৰাজ্যৰ নাম পালা বাৰু?উত্তৰ: মানচিত্ৰ ১২.১ ৰ পৰা পোৱা ৰাজ্যসমূহ হ’ল:  উত্তৰ ভাৰত: কাশ্মীৰ, গান্ধাৰ, থানেশ্বৰ, কনৌজ, ৰাজপুতনা, পাটলিপুত্ৰ, মালব, চাণ্ডেল্য, কৰ্ণসুবৰ্ণ, কামৰূপ, গৌড়।দক্ষিণ ভাৰত: বল্লভী, ৰাষ্ট্ৰকুট, কলিঙ্গ,

গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ, Ch-12, Class-7 Read More »

প্রাক্ ঐতিহাসিক অসম, Ch-13, Class-7

Next chapter পাঠ: ১৩ – প্রাক্ ঐতিহাসিক অসমপাঠৰ মাজত থকা প্ৰশ্ন (ক্ৰিয়াকলাপ)ক্ৰিয়াকলাপ (পৃষ্ঠা ১২৩) প্ৰশ্ন: অতীতৰ কুণ্ডিল বা বিদর্ভ ৰাজ্যখন বর্তমান কোনখন ৰাজ্যৰ অর্ন্তগত?  উত্তৰ: অতীতৰ কুণ্ডিল বা বিদৰ্ভ ৰাজ্যখনৰ ৰাজধানী কুণ্ডিল নগৰ আছিল, যিখন বৰ্তমান অসম ৰাজ্যৰ শদিয়া অঞ্চলৰ অন্তৰ্গত।  ক্ৰিয়াকলাপ (পৃষ্ঠা ১২৬)প্ৰশ্ন: বর্মণ বংশই কামৰূপত প্রতিষ্ঠা লাভ কৰাৰ সময়ত উত্তৰ ভাৰতত কোনটো ৰাজবংশৰ

প্রাক্ ঐতিহাসিক অসম, Ch-13, Class-7 Read More »

মধ্যযুগত ভাৰতবৰ্ষ, Ch-14, Class-7

Next chapter পাঠঃ ১৪ – মধ্যযুগত ভাৰতবৰ্ষঅনুশীলনী ১। শুদ্ধ উত্তৰটো বাছি উলিওৱা-(ক) চুলতান মামুদে ভাৰতবৰ্ষত মুঠতে সোতৰবাৰ/দহবাৰ আক্ৰমণ কৰিছিল।উত্তৰ: চুলতান মামুদে ভাৰতবৰ্ষত মুঠতে সোতৰবাৰ আক্ৰমণ কৰিছিল।  (খ) আলপ্তগীনে/চুলতান মামুদে আফগানিস্তানৰ গজনীত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।উত্তৰ: আলপ্তগীনে আফগানিস্তানৰ গজনীত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।  (গ) বাবৰ/আকবৰ মোগল সাম্রাজ্যৰ প্রতিষ্ঠাতা।উত্তৰ: বাবৰ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা।  (ঘ) লোডী বংশ/চৈয়দ বংশ চুলতানী আমোলৰ

মধ্যযুগত ভাৰতবৰ্ষ, Ch-14, Class-7 Read More »

দিল্লীৰ চুলতানসকল, Ch-15, Class-7

Next chapter পাঠঃ ১৫ – দিল্লীৰ চুলতানসকলপাঠৰ মাজত থকা প্ৰশ্ন (ক্ৰিয়াকলাপ) ক্ৰিয়াকলাপ (পৃষ্ঠা ১৩৮)প্ৰশ্ন: ভাৰতৰ ইতিহাসত মহম্মদ বিন টোগলকক কিয় অদূৰদর্শী চুলতান বুলি কোৱা হয়?উত্তৰ: মহম্মদ বিন টোগলকৰ আঁচনিসমূহ (যেনে ৰাজধানী দিল্লীৰ পৰা দৌলতাবাদলৈ স্থানান্তৰ কৰা বা ব্ৰোঞ্জৰ মুদ্ৰা প্ৰচলন কৰা) উপযুক্ত পৰিকল্পনাৰ অভাৱত কাৰ্যকৰী আৰু ফলপ্ৰসু হৈ উঠা নাছিল। যাৰ বাবে তেওঁক প্ৰজাই সমাদৰ

দিল্লীৰ চুলতানসকল, Ch-15, Class-7 Read More »

মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ, Ch-16, Class-7

Next chapter পাঠঃ ১৬ – মোগল ৰাজত্ব কালত ভাৰতবৰ্ষঅনুশীলনী (পৃষ্ঠা ১৪৮) ১। উত্তৰ দিয়া-(ক) ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসনকার্য আৰম্ভ কৰিছিল?উত্তৰ: ভাৰতবৰ্ষত মুছলমানসকলে ১২০৬ খ্ৰীঃৰ পৰা শাসনকার্য আৰম্ভ কৰিছিল।  (খ) পাণিপথৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল?উত্তৰ: পাণিপথৰ প্ৰথম যুদ্ধ ১৫২৬ খ্ৰীঃত সংঘটিত হৈছিল। (গ) ঔৰংগজেবে কাক অসম আক্রমণ কৰিবলৈ পঠিয়াইছিল?  উত্তৰ: ঔৰংগজেৱে বংগৰ চুবেদাৰ

মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ, Ch-16, Class-7 Read More »

ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মোগলসকলৰ অৱদান, Ch-17, Class-7

Next chapter পাঠঃ ১৭ – ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মোগলসকলৰ অৱদান পাঠৰ মাজত থকা প্ৰশ্ন (ক্ৰিয়াকলাপ) প্ৰশ্ন: মোগল যুগৰ পাঁচটা স্থাপত্যৰ চিত্ৰ সংগ্ৰহ কৰা। সেইবোৰ ক’ত ক’ত আছে এখন তালিকা প্রস্তুত কৰা। শিক্ষকৰ সহায়ত ফতেহপুৰ চিক্ৰীৰ গুৰুত্ব সম্পর্কে জানি লোৱা।  উত্তৰ: (এইটো এটা চিত্ৰ সংগ্ৰহ আৰু অনুসন্ধানমূলক কাম। পাঠত উল্লেখ থকা কিছুমান স্থাপত্য আৰু সেইবোৰ থকা

ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মোগলসকলৰ অৱদান, Ch-17, Class-7 Read More »

আমাৰ চৌপাশৰ বজাৰ, Ch-18, Class-7

Next chapter পাঠঃ ১৮ – আমাৰ চৌপাশৰ বজাৰপাঠৰ মাজত থকা প্ৰশ্ন (ক্ৰিয়াকলাপ) ক্ৰিয়াকলাপ (পৃষ্ঠা ১৫৯)প্ৰশ্ন: মুদ্ৰাৰ অবিহনে বজাৰত সামগ্ৰী কিনা-বেচাৰ ক্ষেত্ৰত কি সমস্যাৰ সৃষ্টি হ’লহেঁতেন শিক্ষকৰ লগত আলোচনা কৰি একোটা টোকা লিখা।উত্তৰ: মুদ্ৰাৰ অবিহনে বজাৰত সামগ্ৰী কিনা-বেচাৰ ক্ষেত্ৰত ‘বিনিময় প্রথা’ত চলিবলগীয়া হ’লহেঁতেন, য’ত মানুহে বস্তুৰ সলনি বস্তু বিনিময় কৰিছিল। ইয়াৰ ফলত বহুতো সমস্যাৰ সৃষ্টি হ’লহেঁতেন।

আমাৰ চৌপাশৰ বজাৰ, Ch-18, Class-7 Read More »

পৰিকল্পনা, বাজেট আৰু উন্নয়ন, Ch-19, Class-7

Next chapter পাঠঃ ১৯ – পৰিকল্পনা, বাজেট আৰু উন্নয়নপাঠৰ মাজত থকা প্ৰশ্ন (ক্ৰিয়াকলাপ) প্ৰশ্ন: দেশ এখনে কাৰ কল্যাণৰ হকে কাম কৰে?  উত্তৰ: চৰকাৰে দেশৰ জনসাধাৰণৰ কল্যাণৰ হকে কাম কৰে।  প্ৰশ্ন: চৰকাৰ এখনৰ উপাৰ্জনৰ মূল উৎস কি?  উত্তৰ: চৰকাৰ এখনৰ উপাৰ্জনৰ মূল উৎস হ’ল ৰাজহ সংগ্ৰহ (কৰ-কাটল)। দেশৰ উপাৰ্জনৰ এটা বুজন অংশ কৰ-কাটলৰ পৰা সংগ্ৰহ হয়। 

পৰিকল্পনা, বাজেট আৰু উন্নয়ন, Ch-19, Class-7 Read More »