আমাৰ পৰিৱেশ , Chapter -4, Class-7
Next chapter 🌎 পাঠঃ ৪: আমাৰ পৰিৱেশ অনুশীলনৰ প্ৰশ্নসমূহ (অনুশীলনীৰ প্ৰশ্ন) ১। উত্তৰ দিয়া: প্ৰশ্ন (ক): পৰিৱেশ মানে কি? উত্তৰ: আমাৰ চাৰিওফালে আমাক আৱৰি থকা ৰ’দ, বতাহ, বৰষুণ, নৈ, গছ-গছনি, জীৱ-জন্তু, চৰাই-চিৰিকটি, ঘৰ-দুৱাৰ, আলি-পদুলি, গাঁও, চহৰ আদি উপাদানবোৰ লগ লাগি যি এক অৱস্থাৰ সৃষ্টি কৰিছে সেয়াই পৰিৱেশ। জীৱ-জগতৰ যিকোনো এক উপাদান তাৰ চৌপাশে থকা আন […]
আমাৰ পৰিৱেশ , Chapter -4, Class-7 Read More »
