Social Science assamese 6

পাঠ ১: আমাৰ পৃথিৱী, Class 6, Chapter 1,

পাঠ ১: আমাৰ পৃথিৱী, Class 6, Chapter 1, SEBA New Book, Assamese Medium Next Chapter  অনুশীলনী – ১ (পৃষ্ঠা ৩)১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-(ক) সূৰ্যৰ পৰিয়ালটোৰ নাম কি?উত্তৰ: সূৰ্যৰ পৰিয়ালটোৰ নাম সৌৰজগত (Solar System)।(খ) পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা।উত্তৰ: পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম হ’ল চন্দ্ৰ (বা জোন)।২. সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰপৰা দূৰত্ব অনুসৰি একাদিক্রমে লিখা।উত্তৰ: সৌৰজগতৰ […]

পাঠ ১: আমাৰ পৃথিৱী, Class 6, Chapter 1, Read More »

পাঠ ২: সময় মণ্ডল আৰু মানচিত্র, Class 6,

পাঠ ২: সময় মণ্ডল আৰু মানচিত্র, Class 6, Chapter 2, SEBA New Book, Assamese Medium  Next Chapter  অনুশীলনী – ১ (পৃষ্ঠা ১৩) ১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া- (ক) দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান? উত্তৰ: ওচৰা-ওচৰি দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান সাধাৰণতে ১ ঘণ্টা হয়। (খ) পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে?

পাঠ ২: সময় মণ্ডল আৰু মানচিত্র, Class 6, Read More »

পাঠ ৩: ভূ-অবয়ব আৰু মানুহ, Class 6,

পাঠ ৩: ভূ-অবয়ব আৰু মানুহ, Class 6, Chapter 3, SEBA New Book, Assamese Medium Next Chapter  অনুশীলনী – ১ (পৃষ্ঠা ২৩)১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-(ক) পৃথিৱীৰ কোন অংশত প্রধান ভূ-অৱয়ববোৰ দেখা যায়?উত্তৰ: আমি দেখিবলৈ পোৱা ভূ-অৱয়ববোৰ মূলতঃ পৃথিৱীৰ উপৰিভাগৰ জলভাগ আৰু স্থলভাগত পোৱা যায়।(খ) স্থলভাগত পোৱা প্ৰধান ভূ-অৱয়ববোৰৰ নাম লিখা।উত্তৰ: স্থলভাগত পোৱা প্ৰধান ভূ-অৱয়ববোৰ হ’ল-

পাঠ ৩: ভূ-অবয়ব আৰু মানুহ, Class 6, Read More »

পাঠ ৪: দেশ-মহাদেশৰ কথা: জাপান, Class 6,

পাঠ ৪: দেশ-মহাদেশৰ কথা: জাপান, Class 6, Chapter 4, SEBA New Book, Assamese Medium Next Chapter  অনুশীলনী – ১ (পৃষ্ঠা ৩২)১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-(ক) পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি?উত্তৰ: পৃথিৱীৰ প্ৰধান মহাদেশ সাতখন হ’ল- এছিয়া, ইউৰোপ, আফ্রিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এন্টার্কটিকা।(খ) সম্পূৰ্ণৰূপে দক্ষিণ গোলার্ধত পৰা মহাদেশখনৰ নাম কি?উত্তৰ: ওচেনিয়া আৰু এন্টার্কটিকা

পাঠ ৪: দেশ-মহাদেশৰ কথা: জাপান, Class 6, Read More »

পাঠ ৫: ভাৰত: পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য,

পাঠ ৫: ভাৰত: পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য, Class 6, Chapter 5, SEBA New Book, Assamese Medium Next Chapter  অনুশীলনী – ১ (পৃষ্ঠা ৪১)১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-(ক) ভাৰতৰ মুঠ মাটিকালি কিমান?উত্তৰ: ভাৰতৰ মুঠ মাটিকালি ৩২,৮৭,৭৮২ বর্গ কিলোমিটাৰ।(খ) ভাৰত আৰু শ্রীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি?উত্তৰ: ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হ’ল পক্ প্রণালী।(গ)

পাঠ ৫: ভাৰত: পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য, Read More »

পাঠ ৬: ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ,

পাঠ ৬: ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ, Class 6, Chapter 6, SEBA New Book, Assamese Medium Next Chapter  তালিকা ৬.১ (পৃষ্ঠা ৪৯)* বৰ্ষপঞ্জি – গ্রেগ’ৰিয়ান* বৰ্ষপঞ্জি – বিক্রম সংবৎ (বিক্ৰমী)   * ভিত্তি – খ্ৰীষ্টপূর্ব ৫৭   * আৰম্ভণিৰ ভিত্তি – ৰজা বিক্রমাদিত্যই শক ৰজাক পৰাস্ত কৰা বছৰ   * প্রয়োগ – হিন্দু ধর্মীয় অনুষ্ঠানৰ দিন

পাঠ ৬: ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ, Read More »

পাঠ ৭: মানুহৰ জীৱন-প্ৰণালীৰ বিকাশ, Class 6,

পাঠ ৭: মানুহৰ জীৱন-প্ৰণালীৰ বিকাশ, Class 6, Chapter 7, SEBA New Book, Assamese Medium Next Chapter  অনুশীলনী – ১ (পৃষ্ঠা ৫৮)১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-(ক) আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্রহণ কৰিছিল?উত্তৰ: আদিম মানুহে গছৰ সৰি থকা ফল, বীজ, পাত, পোক-পতংগ আদি সংগ্ৰহ কৰি আৰু জীৱ-জন্তু চিকাৰ কৰি খাদ্য হিচাপে গ্রহণ কৰিছিল।(খ) আদিম

পাঠ ৭: মানুহৰ জীৱন-প্ৰণালীৰ বিকাশ, Class 6, Read More »

পাঠ ৮: ভাৰতীয় সভ্যতাৰ আৰম্ভণি, Class 6,

পাঠ ৮: ভাৰতীয় সভ্যতাৰ আৰম্ভণি, Class 6, Chapter 8, SEBA New Book, Assamese Medium Next Chapter  তালিকা ৮.১: চাৰিটা প্রাচীন নৈপৰীয়া সভ্যতাৰ কাল আৰু অৱস্থিতি (পৃষ্ঠা ৬৫)* সভ্যতা – (১) মেছ’পটেমিয়া   * সময় – খ্রী.পূ. ৩৫০০ ৰ পৰা খ্রী.পূ. ৫০০ লৈ   * সংশ্লিষ্ট দেশ – ইৰাণ, চিৰিয়া আৰু তুর্কী * সভ্যতা – (২) হৰপ্পা   *

পাঠ ৮: ভাৰতীয় সভ্যতাৰ আৰম্ভণি, Class 6, Read More »

পাঠ ৯: প্রাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ, Class 6,

পাঠ ৯: প্রাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ, Class 6, Chapter 9, SEBA New Book, Assamese Medium Next Chapter  তালিকা ৯.১ (পৃষ্ঠা ৭৩)* মৌর্য বংশৰ প্ৰখ্যাত ৰজাসকল আৰু তেওঁলোকৰ শাসনকাল* সম্রাট – চন্দ্রগুপ্ত মৌর্য   * শাসন কাল – আনুমানিক ৩২৪ খ্ৰীষ্টপূৰ্বৰপৰা ২৯৭ খ্রীষ্টপূর্বলৈ* সম্রাট – বিন্দুসাৰ   * শাসন কাল – ২৯৭ খ্ৰীষ্টপূৰ্বৰপৰা ২৭৩ খ্রীষ্টপূর্বলৈ* সম্রাট –

পাঠ ৯: প্রাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ, Class 6, Read More »

পাঠ ১০: ভাৰতীয় সংস্কৃতিৰ ভেটি, Class 6,

পাঠ ১০: ভাৰতীয় সংস্কৃতিৰ ভেটি, Class 6, Chapter 10, SEBA New Book, Assamese Medium Next Chapter  অনুশীলনী – ১ (পৃষ্ঠা ৮৫)১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-(ক) ‘বেদ’ মানে কি?উত্তৰ: সংস্কৃত ভাষাত ‘বেদ’ মানে হ’ল ‘জ্ঞান’।(খ) গ্রাম কি?উত্তৰ: ‘গ্রাম’ হ’ল কেইটামান ‘কুল’ বা পৰিয়ালৰ সমষ্টি।(গ) বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰাকীমানৰ নাম লিখা।উত্তৰ: বৈদিক যুগৰ কেইগৰাকীমান উল্লেখযোগ্য নাৰী

পাঠ ১০: ভাৰতীয় সংস্কৃতিৰ ভেটি, Class 6, Read More »