EVS Assamese 4

ভিন ভিন প্রাণী, Class-4, Environment Chapter -2, Assamese medium 

ভিন ভিন প্রাণী, Class-4, Environment Chapter -2, Assamese medium  Next Chapter  পৃষ্ঠা ৮ প্ৰশ্ন: ওপৰৰ ছবিখনলৈ চোৱা। প্রাণীবোৰে কোনে কি খাইছে? উত্তৰ: ছবিখনত মানুহজনে গৰু আৰু ঘোঁৰাক ঘাঁহ খাবলৈ দিছে। প্ৰশ্ন: তোমালোকৰ ঘৰত থকা বা চুবুৰীত দেখা প্রাণীবোৰে কি কি খায় মন কৰিছানে? তলত দিয়া তালিকাখন পূৰ কৰা। (তালিকাৰ সলনি ড্যাশ ব্যৱহাৰ কৰা হৈছে) উত্তৰ: […]

ভিন ভিন প্রাণী, Class-4, Environment Chapter -2, Assamese medium  Read More »

পানী Class -4, Environment Chapter -3, Assamese medium 

পানী Class -4, Environment Chapter -3, Assamese medium  Next Chapter    পৃষ্ঠা ২০ প্ৰশ্ন: ওপৰৰ কথাখিনিৰ পৰা কি বুজিলা? উত্তৰ: কথাখিনিৰ পৰা বুজিলোঁ যে আমি বিভিন্ন উৎসৰ পৰা পানী পাওঁ, কিন্তু সকলো পানী ব্যৱহাৰৰ বাবে উপযোগী নহয়। সেয়েহে, খোৱা পানী সদায় ফিল্টাৰ কৰি বা উতলাই শোধন কৰি ল’ব লাগে। প্ৰশ্ন: গীতা আৰু মীনাহঁতে ঘৰত ব্যৱহাৰ

পানী Class -4, Environment Chapter -3, Assamese medium  Read More »

শাক-পাচলিৰ বাগিচা,পানী Class -4, Environment Chapter -4, Assamese medium

শাক-পাচলিৰ বাগিচা,পানী Class -4, Environment Chapter -4, Assamese medium Next Chapter পৃষ্ঠা ২৯ প্ৰশ্ন: কাষৰ শাক-পাচলি বাগিচাৰ ছবিখনলৈ মন কৰাচোন। তাত কি কি শাক-পাচলি আৰু ফল-মূল দেখা পাইছা? উত্তৰ: ছবিখনত বেঙেনা, ৰঙালাও, অমিতা, কল, নাৰিকল, জলকীয়া, আম আদি শাক-পাচলি আৰু ফল-মূল দেখা পাইছোঁ। প্ৰশ্ন: এই বাগিচাখনৰ উপৰি তোমালোকৰ ঘৰৰ বা চুবুৰীয়া লোকৰ বাগিচাত আৰু কি

শাক-পাচলিৰ বাগিচা,পানী Class -4, Environment Chapter -4, Assamese medium Read More »

স্বাস্থ্য আৰু সুৰক্ষা, Class -4, Environment Chapter -5, Assamese medium 

স্বাস্থ্য আৰু সুৰক্ষা, Class -4, Environment Chapter -5, Assamese medium Next Chapter  পৃষ্ঠা ৩৯ প্ৰশ্ন: ওপৰৰ ছবিকেইখনলৈ চোৱা, কি কি বুজিলা ভাবা আৰু দলত আলোচনা কৰা- উত্তৰ: ছবিকেইখনত কেইটামান বেলেগ বেলেগ অৱস্থা দেখুওৱা হৈছে। * এখনত ল’ৰা এজনে শুই আছে (বিশ্রাম)। * এখনত ল’ৰাবোৰে ফুটবল খেলি আছে (খেলা-ধূলা)। * আনখনত এজন ল’ৰা মন মাৰি বহি

স্বাস্থ্য আৰু সুৰক্ষা, Class -4, Environment Chapter -5, Assamese medium  Read More »

বায়ু আৰু আমাৰ চৌপাশ, Class-4, Environment Chapter 6, Assamese medium 

বায়ু আৰু আমাৰ চৌপাশ, Class-4, Environment Chapter 6, Assamese medium  Next Chapter  পৃষ্ঠা ৪৭ কাৰ্যকলাপ: তোমাৰ হাতৰ তলুৱাৰ ওপৰত মুখেৰে এবাৰ ফুঁ মাৰি দিয়াচোন। হাতত কিবা লগা যেন অনুভৱ কৰিছানে? উত্তৰ: হয়, হাতত বতাহ লগাৰ দৰে অনুভৱ কৰিছোঁ। কাৰ্যকলাপ: পলিথিনৰ মোনা এটাৰ মুখখন খুলি ৰাখি… খোলা মুখখন বন্ধ কৰি দিয়া। পলিথিনৰ মোনাটো ফুলি উঠিলনে? কিয়

বায়ু আৰু আমাৰ চৌপাশ, Class-4, Environment Chapter 6, Assamese medium  Read More »

আমাৰ সামাজিক অনুষ্ঠান, Class -4, Environment Chapter 7, Assamese medium

আমাৰ সামাজিক অনুষ্ঠান, Class -4, Environment Chapter 7, Assamese medium Next Chapter  পৃষ্ঠা ৫৫ প্ৰশ্ন: (পৃষ্ঠা ৫৪ ৰ ছবিখন সম্পৰ্কে) সিপিঠিৰ ছবিখন পর্যবেক্ষণ কৰি লিখা- প্ৰশ্ন: তাত ল’ৰা-ছোৱালীয়ে কি কৰি আছে? উত্তৰ: ছবিখনত ল’ৰা-ছোৱালীবোৰে পঢ়া-শুনা কৰিছে, খেলা-ধূলা কৰিছে (যেনে- চি-চ’, বেডমিণ্টন, বালিৰে খেলা), কিতাপ পঢ়িছে আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ লগত কথা পাতি আছে। প্ৰশ্ন: ল’ৰা-ছোৱালীবোৰে লিখা-পঢ়াৰ লগতে

আমাৰ সামাজিক অনুষ্ঠান, Class -4, Environment Chapter 7, Assamese medium Read More »

আমাৰ উৎসৱসমূহ, Class -4, Environment Chapter 8, Assamese medium 

আমাৰ উৎসৱসমূহ, Class -4, Environment Chapter 8, Assamese medium  Next Chapter পৃষ্ঠা ৬০ প্ৰশ্ন: ছবি কেইখনত কি কি দেখা পাইছা? উত্তৰ: ছবি কেইখনত বিহু, দুৰ্গা পূজা, ঈদ, বৰদিন (খ্ৰীষ্টমাছ), আৰু গুৰুনানক জয়ন্তীৰ (শিখ) উৎসৱ দেখিবলৈ পাইছোঁ। প্ৰশ্ন: প্রত্যেকখন ছবিত কেনে ধৰণৰ কাৰ্য-কলাপ দেখিবলৈ পাইছা? উত্তৰ: বিহুত নাচ-গান, পূজাত মূৰ্তি দৰ্শন, ঈদত নামাজ পঢ়া আৰু কোলাকুলি

আমাৰ উৎসৱসমূহ, Class -4, Environment Chapter 8, Assamese medium  Read More »

আমাৰ ৰাষ্ট্ৰীয় পতাকা, Class-4, Environment Chapter 9, Assamese medium 

আমাৰ ৰাষ্ট্ৰীয় পতাকা, Class-4, Environment Chapter 9, Assamese medium  Next Chapter  পৃষ্ঠা ৭০ প্ৰশ্ন: ওপৰৰ ছবিখনত শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে ল’ৰা-ছোৱালীয়ে একেলগে কি কৰিছে? উত্তৰ: ছবিখনত শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে ল’ৰা-ছোৱালীয়ে একেলগে আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে আৰু পতাকাক সন্মান জনাইছে। প্ৰশ্ন: পতাকাখনত তোমালোকে কেইটা ৰং দেখিবলৈ পাইছা? উত্তৰ: পতাকাখনত আমি তিনিটা ৰং – গেৰুৱা, বগা আৰু সেউজীয়া দেখিবলৈ

আমাৰ ৰাষ্ট্ৰীয় পতাকা, Class-4, Environment Chapter 9, Assamese medium  Read More »

আমাৰ ৰাজ্যখন, Class -4, Environment Chapter 10, Assamese medium 

আমাৰ ৰাজ্যখন, Class -4, Environment Chapter 10, Assamese medium  Next Chapter  পৃষ্ঠা ৭৯ প্ৰশ্ন: অসমখন ভাৰতৰ কোন দিশে অৱস্থিত? উত্তৰ: অসমখন ভাৰতৰ উত্তৰ-পূব অংশত অৱস্থিত। পৃষ্ঠা ৮১ প্ৰশ্ন: অসমৰ চাৰিসীমাত থকা ৰাজ্যবোৰৰ নাম লিখা- উত্তৰ: অসমৰ চাৰিসীমাত থকা ৰাজ্যবোৰ হ’ল: ১. অৰুণাচল প্ৰদেশ ২. নাগালেণ্ড ৩. মণিপুৰ ৪. মিজোৰাম ৫. ত্ৰিপুৰা ৬. মেঘালয় ৭. পশ্চিমবংগ

আমাৰ ৰাজ্যখন, Class -4, Environment Chapter 10, Assamese medium  Read More »

অসমৰ প্ৰাকৃতিক সম্পদ, Class -4, Environment Chapter 11, Assamese medium 

অসমৰ প্ৰাকৃতিক সম্পদ, Class -4, Environment Chapter 11, Assamese medium  Next Chapter  পৃষ্ঠা ৯১ কাৰ্যকলাপ: তলত উল্লেখ কৰা বস্তুবোৰৰ নাম, তালিকাত দিয়া ভাগ অনুসৰি লিখা- (বস্তুবোৰ: ধান, চেগুন, নাৰিকল, নাহৰ, মাছ, তিতা চঁপা, গঁড়, সৰিয়হ, ভালুক, শিহু, অজগৰ, পালেং, কাছ, চাহপাত, বাঁহ-বেত, খাৰুৱা-তেল, তামোল, তিমি মাছ, চূণশিল, কুঁহিয়াৰ, মাটি-কঁঠাল, প্রাকৃতিক-গেছ, ঘৰিয়াল, পাণ, পদুমফুল) উত্তৰ: *

অসমৰ প্ৰাকৃতিক সম্পদ, Class -4, Environment Chapter 11, Assamese medium  Read More »