Assamese MIL 9

যুঁজ, Chapter-11,; Class-9, SEBA

Next chapter যুঁজ(ড° মৃণাল কলিতা) প্ৰশ্নাৱলীৰ উত্তৰ (ভাব-বিষয়ক)১। অতি চমুকৈ উত্তৰ লিখা: (ক) কাৰ বেগৰ পৰা টকা চুৰ হৈছিল?Ans.প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল।  (খ) সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি?Ans.সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম মহেন্দ্ৰ মাষ্টৰ।  (গ) নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল?Ans.নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি পাণদোকানখনলৈ গৈছিল।  (ঘ) সিদ্ধাৰ্থই পেঞ্চিলবক্সত কি সাঁচি থৈছিলে?Ans.সিদ্ধাৰ্থই পেঞ্চিলবক্সত দেউতাকে দিয়া চকলেটৰ […]

যুঁজ, Chapter-11,; Class-9, SEBA Read More »

লোকসংস্কৃতি, Chapter -12, Class-9,

Next chapter 📚 লোকসংস্কৃতি(ড° নবীন চন্দ্র শর্মা) প্ৰশ্নাৱলীৰ উত্তৰ (ভাব-বিষয়ক)১। তলৰ প্ৰশ্নসমূহৰ অতি চমুকৈ উত্তৰ লিখাঃ(ক) লোককৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়?Ans.লোককৃষ্টিৰ সাধাৰণ উত্তৰণকে লোকসংস্কৃতি বোলা হয়。  (খ) লোকসমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ?Ans.লোকসমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ। তেওঁলোকে নতুন কথা বা উপদেশতকৈ পীৰিয়ে পীৰিয়ে চলি অহা কথাবোৰতহে অধিক গুৰুত্ব দিয়ে।  (গ) লোককৃষ্টি কাক

লোকসংস্কৃতি, Chapter -12, Class-9, Read More »

হনুমন্তৰ লঙ্কাদৰ্শন, Chapter -13, Class-9

Next chapter 🐒 হনুমন্তৰ লঙ্কাদৰ্শন(মাধৱ কন্দলীৰ সুন্দৰাকাণ্ড ৰামায়ণৰ কাব্যাংশ)প্ৰশ্নাৱলীৰ উত্তৰ (ভাব-বিষয়ক) ১। চমুকৈ উত্তৰ দিয়াঃ(ক) মাধৱ কন্দলী কোন আছিল?Ans.মাধৱ কন্দলী অসমীয়া সাহিত্যৰ শংকৰ-পূৰ্ব যুগৰ কবিসকলৰ ভিতৰত শ্ৰেষ্ঠ কবিগৰাকী আছিল।  (খ) মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল?Ans.মাধৱ কন্দলীয়ে বাল্মীকি-ৰচিত সংস্কৃত ৰামায়ণ মহাকাব্যখন অসমীয়ালৈ অনুবাদ কৰিছিল।  (গ) মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়?Ans.বৰ্তমান মাধৱ কন্দলীৰ ৰামায়ণৰ

হনুমন্তৰ লঙ্কাদৰ্শন, Chapter -13, Class-9 Read More »

সুখ, Chapter -14, SEBA, Class -9

Next chapter সুখ(আনন্দ চন্দ্ৰ আগৰৱালা)প্ৰশ্নাৱলীৰ উত্তৰ (ভাব-বিষয়ক) ১। অতি চমু উত্তৰ দিয়া:(ক) মানুহৰ সুখ-দুখৰ আচল কথা কি?Ans.কবিয়ে কৈছে যে মনেই মানুহৰ সুখ-দুখৰ আচল কাৰণ।  (খ) কেনেকুৱা ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে?Ans.’মই’ ‘মোৰ’ ভাবে মানুহক মোহৰ জালত পেলাই তললৈ বুৰায় বুলি কবিয়ে কৈছে।  (গ) নিস্বাৰ্থৰ বাট কেনেকুৱা?Ans.নিস্বাৰ্থৰ বাট হৈছে সেন্দুৰীয়া আলিৰ দৰে য’ত

সুখ, Chapter -14, SEBA, Class -9 Read More »

চোৰধৰা, Chapter -15, Class -9

Next chapter  চোৰধৰা(শ্রীশ্রীমাধৱদেৱৰ ‘চোৰধৰা’ ঝুমুৰাৰ নিৰ্বাচিত একাংশ)প্ৰশ্নাৱলীৰ উত্তৰ ১। অতি চমুকৈ উত্তৰ লিখা:(ক) কানাই বুলি কাৰ কথা কোৱা হৈছে?Ans.কানাই বুলি শ্রীকৃষ্ণৰ কথা কোৱা হৈছে।  (খ) লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?Ans.লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত আপোন হাতৰ লৱণু (মাখন) সানি দিছিল।  (গ) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?Ans.মাধৱদেৱৰ ৰচিত নামঘোষা, ভক্তি ৰত্নাৱলী, বৰগীত আৰু নাট-ঝুমুৰাসমূহ

চোৰধৰা, Chapter -15, Class -9 Read More »

সন্মান, Chapter -16, SEBA ,Class 9

🙏 সন্মান (প্ৰবন্ধটি হেমচন্দ্ৰ বৰুৱাৰ ‘পাঠমালা’ পুথিৰ পৰা লোৱা হৈছে) Next chapter প্ৰশ্নাৱলীৰ উত্তৰ ১। অতি চমু উত্তৰ দিয়া: (ক) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে? Ans.অধিকাৰ আৰু শাসনকর্তা নথকা দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ হয়। তাত সকলো মানুহে স্বপ্রধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে। এনে

সন্মান, Chapter -16, SEBA ,Class 9 Read More »