শিশুলীলা, Chapter -1, Class-9, SEBA
Next chapter শিশুলীলা✍️ প্রশ্নাবলী (Prashnawali) ১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : (ক) কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?Ans.কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হৈছে নন্দৰজাৰ পত্নী যশোদা বা নন্দ জায়া। (খ) কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে?Ans.যশোদাগৰাকীৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে। (গ) ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?Ans.ইয়াত শিশু কৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে। (ঘ) মথনি’ শব্দৰ অৰ্থ কি?Ans ‘মথনি’ […]
শিশুলীলা, Chapter -1, Class-9, SEBA Read More »
