Assamese MIL 8

জাগা জননীৰ সন্তান, Ch-4, Class-8

Next chapter পাঠ ৪: জাগা জননীৰ সন্তান (পৃষ্ঠা ৩২-৩৮) ক্ৰিয়া-কলাপ (পৃষ্ঠা ৩৩) ৩। উত্তৰ দিয়া। (ক) কবিয়ে কাক জাগি উঠিবলৈ কৈছে? উত্তৰ: কবিয়ে জননীৰ সন্তানসকলক অৰ্থাৎ দেশমাতৃৰ সন্তানসকলক জাগি উঠিবলৈ কৈছে l (খ) দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে? উত্তৰ: ‘দুৰ্জ্জয় অভিযান’ বুলি এনে এক সংগ্ৰাম বা যাত্ৰাক বুজোৱা হৈছে যাক জয় কৰা অতি কঠিন। (গ) […]

জাগা জননীৰ সন্তান, Ch-4, Class-8 Read More »

ভক্ত প্ৰহ্লাদ, Chapter -5, Class-8

Next chapter পাঠ ৫: ভক্ত প্ৰহ্লাদ (পৃষ্ঠা ৩৯-৫১) ক্ৰিয়া-কলাপ (পৃষ্ঠা ৪৬) ১। উত্তৰ দিয়া। (ক) ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা। উত্তৰ: ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটা হ’ল হৰি (ত্ৰিজগতৰ ত্ৰাণকৰ্তা), হিৰণ্যকশিপু (দৈত্যৰাজ) আৰু প্ৰহ্লাদ (হিৰণ্যকশিপুৰ পুত্ৰ)। (খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত? উত্তৰ: নাটিকাখনি পাঁচোটা দৃশ্যত বিভক্ত। (গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি? উত্তৰ: প্ৰহ্লাদৰ

ভক্ত প্ৰহ্লাদ, Chapter -5, Class-8 Read More »

প্ৰগতিৰ সোণালী বাট, Ch-6, Class-8

Next chapter পাঠ ৬: প্ৰগতিৰ সোণালী বাট (পৃষ্ঠা ৫২-৬১) ক্ৰিয়া-কলাপ (পৃষ্ঠা ৫৫) ২। উত্তৰ দিয়া। (ক) হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ কি? উত্তৰ: হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে-লোকাৰণ্য হোৱাৰ কাৰণ হ’ল অঞ্চলটোৰ মহিলাসকলে আত্মসহায়ক গোটৰ প্ৰদৰ্শনী এখন পাতিছিল। (খ) প্ৰদৰ্শনীখন কোনে পাতিছিল? উত্তৰ: প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। (গ) মানুহে ভিৰ কৰা বিপণিখনত কি প্ৰদৰ্শন কৰা

প্ৰগতিৰ সোণালী বাট, Ch-6, Class-8 Read More »

বস্তু বিজ্ঞান অধ্যয়ন, Ch-7, Class-8

Next chapter পাঠ ৭: বস্তু বিজ্ঞান অধ্যয়ন (পৃষ্ঠা ৬২-৬৮) ক্ৰিয়া-কলাপ (পৃষ্ঠা ৬৪) ১। উত্তৰ দিয়া। (ক) বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল? উত্তৰ: বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। (খ) বিজ্ঞানৰ বলত মানুহে কেনে ধৰণৰ কাম কৰিবলৈ ধৰিছে? উত্তৰ: বিজ্ঞানৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে, যেনে- ৰে’ল, জাহাজ, টেলিফোন, বিমান আদিৰ নিৰ্মাণ। (গ) বিজ্ঞান-চৰ্চা কৰিলে মানুহে কি

বস্তু বিজ্ঞান অধ্যয়ন, Ch-7, Class-8 Read More »

শ্ৰীশ্ৰীশংকৰদেৱ, Chapter -8, Class-8

Next chapter পাঠ ৮: শ্ৰীশ্ৰীশংকৰদেৱ (পৃষ্ঠা ৬৯-৭৮) ক্ৰিয়া-কলাপ (পৃষ্ঠা ৭১) ১। কবিতাটো শুদ্ধকৈ লয়, ছন্দ ৰক্ষা কৰি পঢ়া। (এইটো এটা পঢ়ন কাৰ্য।) ২। কবিতাটো একক আৰু দলীয়ভাৱে আবৃত্তি কৰা। (এইটো এটা আবৃত্তি কাৰ্য।) ৩। উত্তৰ দিয়া। (ক) কবিয়ে ‘ধ্যানমগ্ন যোগী’ বুলি কাক কৈছে? উত্তৰ: কবিয়ে ‘ধ্যানমগ্ন যোগী’ বুলি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱক কৈছে। (খ) কবিয়ে কিহেৰে ভূমি

শ্ৰীশ্ৰীশংকৰদেৱ, Chapter -8, Class-8 Read More »

ভয়, Chapter -9, Class-8, SEBA

Next chapter পাঠ ৯: ভয় (পৃষ্ঠা ৭৯-৮৬) ক্ৰিয়া-কলাপ (পৃষ্ঠা ৮৩) ১। ‘ভয়’ গল্পটোৰ মূল কথাখিনি নিজৰ কথাৰে কোৱা। উত্তৰ: ”ভয়’ গল্পটোৰ মূল চৰিত্ৰ ৰবীন এজন অতি ভয়াতুৰ প্ৰকৃতিৰ মানুহ। তেওঁ নিজৰ পৰিয়াল, ল’ৰা-ছোৱালীক লৈ সদায় শংকিত হৈ থাকে। তেওঁৰ এই ভয়ৰ বাবে তেওঁৰ পত্নী ৰমলাই তেওঁক প্ৰায়েই বিৰক্ত কৰে। ৰবীনে ৰাস্তাত গাড়ী-মটৰৰ পৰা আৰম্ভ কৰি,

ভয়, Chapter -9, Class-8, SEBA Read More »

পৰীক্ষিতৰ ব্ৰহ্মশাপ, Ch-10, Class-8

Next chapter পাঠ ১০: পৰীক্ষিতৰ ব্ৰহ্মশাপ (পৃষ্ঠা ৮৭-৯৪) ক্ৰিয়া-কলাপ (পৃষ্ঠা ৮৯) ১) তলৰ বাক্যকেইটা পঢ়া আৰু উত্তৰ দিয়া। (ক) “দেখন্তঃ মুনি চক্ষু মুদি সমাধি কৰি আচন্ত। এমন মুনিত তৃষ্ণায়ে আকুল হৈয়া জল খুজিলা।” মুনিয়ে চকু মুদি কি কৰি আছিল? উত্তৰ: মুনিয়ে চকু মুদি সমাধি কৰি আছিল। মুনিজনৰ নাম কি? উত্তৰ: মুনিজনৰ নাম শমীক মুনি। পিয়াহত

পৰীক্ষিতৰ ব্ৰহ্মশাপ, Ch-10, Class-8 Read More »

অতীতক নাযাবা পাহৰি, Ch-11, Class-8

Next chapter পাঠ ১১: অতীতক নাযাবা পাহৰি (পৃষ্ঠা ৯৫-১০৩) ক্ৰিয়া – কলাপ (পৃষ্ঠা ৯৮-৯৯) ১। উত্তৰ দিয়া। (ক) কোনবোৰ সম্পদক কলা সম্পদ বুলি কোৱা হয়? উত্তৰ: অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য, লিপি, মুদ্ৰা, বুৰঞ্জী প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য, বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে, তেনে সম্পদবোৰেই হৈছে কলাসম্পদ। (খ) অতীতৰ

অতীতক নাযাবা পাহৰি, Ch-11, Class-8 Read More »

অ’ মোৰ আপোনাৰ দেশ, Ch-12, Class-8

Next chapter পাঠ ১২: অ’ মোৰ আপোনাৰ দেশ (পৃষ্ঠা ১০৫-১১১) ক্ৰিয়া-কলাপ (পৃষ্ঠা ১০৬) ৩। উত্তৰ দিয়া। (ক) কবিয়ে কোনখন দেশক আপোনাৰ দেশ বুলি কৈছে? উত্তৰ: কবিয়ে অসম দেশক আপোনাৰ দেশ বুলি কৈছে। (খ) আপোনাৰ দেশ কেনে আছিল বুলি কবিয়ে উল্লেখ কৰিছে? উত্তৰ: আপোনাৰ দেশখন শুৱলা, চহকী আৰু মৰমৰ দেশ আছিল বুলি কবিয়ে উল্লেখ কৰিছে, যাৰ

অ’ মোৰ আপোনাৰ দেশ, Ch-12, Class-8 Read More »

বৈজ্ঞানিক মানসিকতাৰ বিকাশ, Ch-13, Class-8

Next chapter পাঠ ১৩: বৈজ্ঞানিক মানসিকতাৰ বিকাশ (পৃষ্ঠা ১১২-১২০) ক্ৰিয়া-কলাপ (পৃষ্ঠা ১১৪) ২। উত্তৰ দিয়া। (ক) বৈজ্ঞানিক মানসিকতা কি? উত্তৰ: যুক্তি অবিহনে কোনো কথাকে সহজে গ্ৰহণ নকৰা; সকলো কথা, কাম আৰু ঘটনাৰ কাৰ্য-কাৰণ সম্পৰ্ক বিচাৰ কৰা; সত্যনিষ্ঠ হোৱা; মুক্ত মনেৰে চিন্তা কৰা; নতুন তথ্যৰ পোহৰত নিজৰ ধাৰণা সলনি কৰিবলৈ সাজু থকা; কৌতুহলী হোৱা; ধৈৰ্যশীল হোৱা;

বৈজ্ঞানিক মানসিকতাৰ বিকাশ, Ch-13, Class-8 Read More »