Assamese MIL 7

নোকোৱাৰ পৰিণাম, Class -7, Chapter -6,

Next Chapter পাঠ – ৬: নোকোৱাৰ পৰিণাম পৃষ্ঠা ৪৭: ক – পাঠভিত্তিক ক্রিয়া ১। নাটিকাখনিৰ কথাখিনি কাহিনী আকাৰে কোৱা। উত্তৰ: গ্ৰীষ্ম বন্ধ ঘোষণাৰ দিনা মালতী, শৈলবালা আৰু হুনমিলি নামৰ তিনিজনী ছাত্ৰীয়ে পুৱাই বকুল ফুল বুটলিছিল যাতে শিক্ষক-শিক্ষয়িত্ৰীসকলক মালা পিন্ধাই শ্ৰদ্ধা জনাব পাৰে। বিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয় — শ্ৰীশ্ৰী মাধৱদেৱৰ ‘তেজৰে কমলাপতি’ বৰগীতে অনুষ্ঠান আৰম্ভ […]

নোকোৱাৰ পৰিণাম, Class -7, Chapter -6, Read More »

বিজ্ঞান আৰু আমাৰ মানসিকতা, Class -7, Ch -5,

Next Chapter পাঠ – ৫: বিজ্ঞান আৰু আমাৰ মানসিকতা পৃষ্ঠা ৩৬: ক – পাঠভিত্তিক ক্রিয়া ২। উত্তৰ দিয়া। (ক) ছিটা সম্পর্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? উত্তৰ: ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো ভ্ৰাম্যভাষ (ম’বাইল) মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল। (খ) বুধবাৰে ছাত্র-ছাত্রীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল? উত্তৰ: ভ্ৰাম্যভাষত অহা উৰাবাতৰিটোত ছিটা প্ৰয়োগৰ ফলত

বিজ্ঞান আৰু আমাৰ মানসিকতা, Class -7, Ch -5, Read More »

জনমভূমি, Class -7, Chapter -4,

Next Chapter পাঠ – ৪: জনমভূমি পৃষ্ঠা ২৮: ক – পাঠভিত্তিক ক্রিয়া ৩। উত্তৰ দিয়া: (ক) কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? উত্তৰ: কবিয়ে তেওঁৰ জনমভূমি (আই) ৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। (খ) কবিৰ ভাগৰাক আত্মাই কোন ঠাইত শেষ জিৰণি ল’বলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰ: কবিৰ ভাগৰুৱা আত্মাই জনমভূমিৰ চেনেহৰ শীতলী

জনমভূমি, Class -7, Chapter -4, Read More »

পণ্ডিত আনন্দৰাম বৰুৱা, Class -7, Chapter -3,

Next Chapter পাঠ – ৩: পণ্ডিত আনন্দৰাম বৰুৱা পৃষ্ঠা ২০: ক – পাঠভিত্তিক ক্রিয়া ২। উত্তৰ দিয়া। (ক) আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল? উত্তৰ: আনন্দৰাম বৰুৱাৰ জন্ম উত্তৰ গুৱাহাটীস্থিত ৰজা দুৱাৰত হৈছিল। (খ) তেওঁৰ পিতৃ-মাতৃৰ নাম কি? উত্তৰ: তেওঁৰ পিতৃৰ নাম গৰ্গৰাম বৰুৱা আৰু মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা। (গ) আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভর্তি

পণ্ডিত আনন্দৰাম বৰুৱা, Class -7, Chapter -3, Read More »

কালিকা লগা পাট-কাপোৰ, Class -7, Chapter -2,

Next Chapter পাঠ – ২: কালিকা লগা পাট-কাপোৰ পৃষ্ঠা ১১: জানো আহা (শব্দ-অৰ্থ) চহকী – ধনী দেখনিয়াৰ – সুঠাম আৰু দেখিবলৈ ধুনীয়া বনকৰা – বেজিৰে গুণাৰ ফুল তুলি শোভিত কৰা ৰূপান্তৰিত – গঢ় বা আকাৰ সলনি হোৱা পেৰা – ধন-বস্তু সুমুৱাই থোৱা নলগোৱা কাঠৰ বাকচ জকমকীয়া – নানা ৰঙৰ জিলিকনি থকা, চকমক কৰা প্রচলিত –

কালিকা লগা পাট-কাপোৰ, Class -7, Chapter -2, Read More »

তেজৰে কমলাপতি, Class -7, Chapter -1,

Next Chapter পাঠ – ১: তেজৰে কমলাপতি লেখক: শ্ৰীশ্ৰী মাধৱদেৱ পৃষ্ঠা: ৩–৭ 🔹 পৃষ্ঠা ৩: শব্দ–অৰ্থ ধ্ৰুং – (ধ্রুপদ, ধ্রুবপদ): ধুৰা, গীতৰ দোহাৰ, যিবোৰ মাজে মাজে পুনৰাবৃত্তি হয় তেজৰে – এৰা, ত্যাগ কৰা কমলাপতি – লক্ষ্মীপতি, বিষ্ণু, ভগৱান পৰভাত – প্রভাত, পুৱা নিন্দ – নিদ্ৰা, টোপনি, ঘুমটি চান্দ – চন্দ্র, জোন পেখোঁ – দেখোঁ, চাওঁ

তেজৰে কমলাপতি, Class -7, Chapter -1, Read More »