উৎসব-পার্বণ Chapter -10,Class -3,

অধ্যায় ১০: উৎসব-পার্বণ1.আমাৰ উৎসৱ2.শৰতৰ মেলাChapter -10,Class -3, SEBA, New Book, Assamese medium Next Chapterপৃষ্ঠা ১৩৭ক্ৰিয়া-কলাপপাঠভিত্তিক১। আলোচনা কৰোঁ আৰু লিখোঁ আহা-(ক) আমি কিয় উৎসৱ-পাৰ্বণ পালন কৰোঁ?উত্তৰ: উৎসৱ-পাৰ্বণে আমাৰ মনবোৰ আনন্দিত কৰে আৰু আমাৰ মাজত একতা আৰু সম্প্ৰীতিৰ ভাব গঢ়ি তোলে, সেয়েহে আমি উৎসৱ-পাৰ্বণ পালন কৰোঁ।(খ) বিহুক কিয় ৰঙালী বিহু বোলে?উত্তৰ: ব’হাগ বিহুত গছ-লতা ফুলে-ফলে জাতিষ্কাৰ হৈ […]

উৎসব-পার্বণ Chapter -10,Class -3, Read More »