Assamese MIL 10

উদ্যোগী হওঁ আহাঁ, Class-10, Chapter-1

Next Chapter উদ্যোগী হওঁ আহাঁ পাঠৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ ১। চমু উত্তৰ দিয়া: (ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী–শিক্ষক গৰাকীৰ নাম কি? Ans. দশম শ্ৰেণীৰ শ্ৰেণী-শিক্ষক গৰাকীৰ নাম হ’ল প্ৰকাশ গোস্বামী । (খ) শ্ৰেণী–শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? Ans. শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল- এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব […]

উদ্যোগী হওঁ আহাঁ, Class-10, Chapter-1 Read More »

দৃশ্যান্তৰ, Class-10, Chapter-5, SEBA

NEXT CHAPTER দৃশ্যান্তৰ কবিতাৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ ১। চমু উত্তৰ দিয়া: (ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? Ans. কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল । (খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? Ans. মানুহজনে কুকুৰীকণা হোৱা বাবে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল । (কুকুৰীকণা মানে গধূলি বা ৰাতি নেদেখা মানুহ )। (গ)

দৃশ্যান্তৰ, Class-10, Chapter-5, SEBA Read More »

মই অসমীয়া, Class-10, Chapter-4, SEBA

Next Chapter মই অসমীয়া কবিতাৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ ১। চমু উত্তৰ দিয়া: (ক) চৈয়দ আব্দুল মালিকৰ কবিতা–পুথি এখনৰ নাম লিখা। Ans. চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম হ’ল- ‘বেদুইন‘ । (আন দুখন: ‘স্বাক্ষৰ’, ‘স্বপ্ন-দুঃস্বপ্ন আৰু কিছুকথা’, ‘ছন্দহাৰৰ কবিতা’ )। (খ) মোগলসকলে অসমৰ ক‘ত ভৰি দিছিল? Ans. মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল । (গ) অসমৰ হেংদাং ক‘ত জিলিকিছিল? Ans. অসমৰ হেংদাং দুপৰৰ পূৰ্ণ

মই অসমীয়া, Class-10, Chapter-4, SEBA Read More »

প্ৰশস্তি, Class -10, Chapter-3,SEBA

  Next Chapter প্ৰশস্তি (প্রশস্তি) কবিতাৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ ১। অতি চমু উত্তৰ দিয়া: (ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? Ans. ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায় । (খ) ৰঘুনাথ চৌধাৰীৰ কবিতা–পুথি দুখনৰ নাম লিখা। Ans. ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম হ’ল- ‘সাদৰী‘ (১৯১০) আৰু ‘কেতেকী‘ (১৯১৮) । (গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? Ans. নৱ কিশলয়দলে (কুঁহিপাতে) চামৰ ধুলাই

প্ৰশস্তি, Class -10, Chapter-3,SEBA Read More »

জিকিৰ, Class-10, Chapter 2, SEBA

Next Chapter জিকিৰ ১। চমু উত্তৰ দিয়া: (ক) জিকিৰৰ ৰচক কোন? Ans. জিকিৰৰ ৰচক হ’ল আজান ফকিৰ (আজান পীৰ)। (খ) কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? Ans. উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে- টোকাৰী গীত, দেহবিচাৰৰ গীত ইত্যাদিৰ সুৰৰ সৈতে জিকিৰ আৰু জাৰী গীতৰ সুৰৰ সাদৃশ্য আছে। (গ) ‘জিকিৰ‘ শব্দটো কি শব্দৰ পৰা ওলাইছে? Ans. ‘জিকিৰ’ শব্দটো আৰবী ‘জিক্ৰ‘ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ

জিকিৰ, Class-10, Chapter 2, SEBA Read More »