সুখ, Chapter -14, SEBA, Class -9
Next chapter সুখ(আনন্দ চন্দ্ৰ আগৰৱালা)প্ৰশ্নাৱলীৰ উত্তৰ (ভাব-বিষয়ক) ১। অতি চমু উত্তৰ দিয়া:(ক) মানুহৰ সুখ-দুখৰ আচল কথা কি?Ans.কবিয়ে কৈছে যে মনেই মানুহৰ সুখ-দুখৰ আচল কাৰণ। (খ) কেনেকুৱা ধৰণৰ ভাবে মানুহক তললৈ বুৰায় বুলি কবিয়ে কৈছে?Ans.’মই’ ‘মোৰ’ ভাবে মানুহক মোহৰ জালত পেলাই তললৈ বুৰায় বুলি কবিয়ে কৈছে। (গ) নিস্বাৰ্থৰ বাট কেনেকুৱা?Ans.নিস্বাৰ্থৰ বাট হৈছে সেন্দুৰীয়া আলিৰ দৰে য’ত […]
সুখ, Chapter -14, SEBA, Class -9 Read More »
