Content Team

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, Ch-8

Next Chapter পাঠৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ ১। অতি চমু উত্তৰ লিখাঃ (ক) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? Ans. ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো আছিল মংগোলীয় গোষ্ঠী । (খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল? Ans. প্ৰাচীন কালৰে পৰা অসম দেশ যাদু–মন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল । (গ) কিহে অসমীয়া জাতিক অধিক কটীয়া কৰিলে? Ans. ভাষিক […]

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, Ch-8 Read More »

ভাৰতীয় সংস্কৃতি, Chapter-7, Class-10

Next Chapter ভাৰতীয় সংস্কৃতি পাঠৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ ১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? Ans. ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ’ল ক্ৰমবৰ্দ্ধমান শক্তি । এই ক্ৰমবৰ্দ্ধমান শক্তিয়ে ভাৰতীয় সংস্কৃতিৰ জীৱন্ত শক্তি ৰক্ষা কৰিছে । ২। ‘ফ্রম ভল্গা টু গংগা‘ কাৰ ৰচনা? Ans. ‘ফ্রম ভল্গা টু গংগা’ গ্ৰন্থখন পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ৰচনা । ৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন‘ৰ কি আখ্যা দিছে? Ans. সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন‘ ক আৰ্যই অনাৰ্যক সংস্কৃত কৰাৰ

ভাৰতীয় সংস্কৃতি, Chapter-7, Class-10 Read More »

উদ্যোগী হওঁ আহাঁ, Class-10, Chapter-1

Next Chapter উদ্যোগী হওঁ আহাঁ পাঠৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ ১। চমু উত্তৰ দিয়া: (ক) দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী–শিক্ষক গৰাকীৰ নাম কি? Ans. দশম শ্ৰেণীৰ শ্ৰেণী-শিক্ষক গৰাকীৰ নাম হ’ল প্ৰকাশ গোস্বামী । (খ) শ্ৰেণী–শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? Ans. শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল- এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব

উদ্যোগী হওঁ আহাঁ, Class-10, Chapter-1 Read More »

দৃশ্যান্তৰ, Class-10, Chapter-5, SEBA

NEXT CHAPTER দৃশ্যান্তৰ কবিতাৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ ১। চমু উত্তৰ দিয়া: (ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? Ans. কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল । (খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? Ans. মানুহজনে কুকুৰীকণা হোৱা বাবে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল । (কুকুৰীকণা মানে গধূলি বা ৰাতি নেদেখা মানুহ )। (গ)

দৃশ্যান্তৰ, Class-10, Chapter-5, SEBA Read More »

মই অসমীয়া, Class-10, Chapter-4, SEBA

Next Chapter মই অসমীয়া কবিতাৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ ১। চমু উত্তৰ দিয়া: (ক) চৈয়দ আব্দুল মালিকৰ কবিতা–পুথি এখনৰ নাম লিখা। Ans. চৈয়দ আব্দুল মালিকৰ কবিতা-পুথি এখনৰ নাম হ’ল- ‘বেদুইন‘ । (আন দুখন: ‘স্বাক্ষৰ’, ‘স্বপ্ন-দুঃস্বপ্ন আৰু কিছুকথা’, ‘ছন্দহাৰৰ কবিতা’ )। (খ) মোগলসকলে অসমৰ ক‘ত ভৰি দিছিল? Ans. মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল । (গ) অসমৰ হেংদাং ক‘ত জিলিকিছিল? Ans. অসমৰ হেংদাং দুপৰৰ পূৰ্ণ

মই অসমীয়া, Class-10, Chapter-4, SEBA Read More »

প্ৰশস্তি, Class -10, Chapter-3,SEBA

  Next Chapter প্ৰশস্তি (প্রশস্তি) কবিতাৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ ১। অতি চমু উত্তৰ দিয়া: (ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? Ans. ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায় । (খ) ৰঘুনাথ চৌধাৰীৰ কবিতা–পুথি দুখনৰ নাম লিখা। Ans. ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম হ’ল- ‘সাদৰী‘ (১৯১০) আৰু ‘কেতেকী‘ (১৯১৮) । (গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে? Ans. নৱ কিশলয়দলে (কুঁহিপাতে) চামৰ ধুলাই

প্ৰশস্তি, Class -10, Chapter-3,SEBA Read More »

জিকিৰ, Class-10, Chapter 2, SEBA

Next Chapter জিকিৰ ১। চমু উত্তৰ দিয়া: (ক) জিকিৰৰ ৰচক কোন? Ans. জিকিৰৰ ৰচক হ’ল আজান ফকিৰ (আজান পীৰ)। (খ) কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? Ans. উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে- টোকাৰী গীত, দেহবিচাৰৰ গীত ইত্যাদিৰ সুৰৰ সৈতে জিকিৰ আৰু জাৰী গীতৰ সুৰৰ সাদৃশ্য আছে। (গ) ‘জিকিৰ‘ শব্দটো কি শব্দৰ পৰা ওলাইছে? Ans. ‘জিকিৰ’ শব্দটো আৰবী ‘জিক্ৰ‘ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ

জিকিৰ, Class-10, Chapter 2, SEBA Read More »

শিশুলীলা, Chapter -1, Class-9, SEBA

Next chapter শিশুলীলা✍️ প্রশ্নাবলী (Prashnawali) ১। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা : (ক) কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?Ans.কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হৈছে নন্দৰজাৰ পত্নী যশোদা বা নন্দ জায়া।  (খ) কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে?Ans.যশোদাগৰাকীৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে। (গ) ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?Ans.ইয়াত শিশু কৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে।  (ঘ) মথনি’ শব্দৰ অৰ্থ কি?Ans ‘মথনি’

শিশুলীলা, Chapter -1, Class-9, SEBA Read More »

মানৱ বন্দনা, Chapter-2, Class-9, SEBA

Next chapter মানৱ বন্দনা✍️ প্রশ্নাবলী (Prashnawali)১। চমু উত্তৰ লিখা:ক) ‘মানুহেই পৰাৎপৰ’ বোলা কথাষাৰৰ অৰ্থ কি?Ans.’মানুহেই পৰাৎপৰ’ বোলা কথাষাৰৰ অৰ্থ হ’ল মানুহেই শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠ, বা পৰম সত্য। ই মানুহৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে।  খ) মানুহক ‘ময়াপী জীৱ’ বোলাৰ অৰ্থ কি?Ans.মানুহক ‘ময়াপী জীৱ’ বোলাৰ অৰ্থ হ’ল মানুহ হৈছে মায়া, মোহ, ভ্রান্তি উপজোৱা জীব । গ) পাদ্য অর্ঘ্য লৈ

মানৱ বন্দনা, Chapter-2, Class-9, SEBA Read More »

গীত আৰু ছবি, Chapter -3, Class-9, SEBA

Next chapter গীত আৰু ছবি✍️ প্রশ্নাবলী (Prashnawali)১। চমু উত্তৰ দিয়া: (ক) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে?Ans.যিটি গীত বুজাইহে বুজে সেই গীতক আৰু যাৰ মূল আটায়ে নুবুজে সেই ছবিক কোনেও ভাল নোবোলে বা ভাল নেদেখে。  (খ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে?Ans.সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীত হ’লে আমাৰ

গীত আৰু ছবি, Chapter -3, Class-9, SEBA Read More »