পাঠ – ৪: জনমভূমি, Class -7, Chapter -4, SEBA New Book, Assamese Medium
Next Chapter পাঠ – ৪: জনমভূমি পৃষ্ঠা ২৮: ক – পাঠভিত্তিক ক্রিয়া ৩। উত্তৰ দিয়া: (ক) কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? উত্তৰ: কবিয়ে তেওঁৰ জনমভূমি (আই) ৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। (খ) কবিৰ ভাগৰাক আত্মাই কোন ঠাইত শেষ জিৰণি ল’বলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰ: কবিৰ ভাগৰুৱা আত্মাই জনমভূমিৰ চেনেহৰ শীতলী […]
পাঠ – ৪: জনমভূমি, Class -7, Chapter -4, SEBA New Book, Assamese Medium Read More »
