অধ্যায় ৩ঃ খেল-ধেমালি 1.বিদ্যালয়-সপ্তাহ 2.কপৌ কুকু Chapter -3, Class -3, SEBA, New Book, Assamese medium
অধ্যায় ৩ঃ খেল-ধেমালি 1.বিদ্যালয়-সপ্তাহ 2.কপৌ কুকু Chapter -3, Class -3, SEBA, New Book, Assamese medium পৃষ্ঠা ৩৮ ক্ৰিয়া-কলাপ পাঠভিত্তিক ১। আলোচনা কৰোঁ আৰু লিখোঁ আহা- ক) প্রাঞ্জলহঁতৰ বিদ্যালয়ত কি চলি আছিল? উত্তৰ: প্রাঞ্জলহঁতৰ বিদ্যালয়ত বিদ্যালয়-সপ্তাহ চলি আছিল। খ) কাৰ কাৰ মাজত বেডমিন্টনৰ প্ৰতিযোগিতা হৈছিল? উত্তৰ: পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুমাৰ মাজত বেডমিন্টনৰ প্ৰতিযোগিতা হৈছিল। গ) […]
